1000+টা New অসমীয়া ষ্টেটাছ | Assamese Status | Assamese ❤ Love Status ❤ |Assamese Sad Status

 1000+টা New অসমীয়া ষ্টেটাছ | Assamese Status | Assamese ❤ Love Status ❤ |Assamese Sad Status 


প্ৰেম কৰিবলৈ যদি ভয় নকৰা তেন্তে প্ৰেমৰ বাবে পৃথিৱীখনৰ সতে যুঁজিবলৈয়ো সাহস থাকিব লাগিব




এজন প্ৰকৃত প্ৰেমিকে প্ৰেমিকাৰ উপাধিটোৰ বাহিৰে তাইৰ মাজত একো সলনি হোৱাটো নিবিচাৰে ।


সঁচা ভালপোৱা সেইয়াহে যেতিয়া দুয়োজনৰে মাজত ইজনে সিজনক হেৰুৱাৰ ভয় থাকে ।



সম্পৰ্কবোৰ হৃদয়ৰ পৰা গঢ়িব লাগে শব্দৰে নহয়,অভিমানবৰ শব্দৰে হব লাঘৱ হৃদয়ৰ পৰা নহয় ।


এটাই কথাই জানো যদি তুমি মোক আপোন বুলি ভাবা তেন্তে তোমাৰ হাজাৰ ব্যস্ততাৰ মাজতো মোৰ বাবে অলপ হলেও সময় উলিয়াবাই ।




চিৰদিনলৈ ৰাখি থোৱা না তোমাৰ কাষত, কোনোবাই সুধিলে কৈ দিবা তোমাৰ হৃদয়খনৰ ভাড়াতীয়া বুলি ।


তোমাক বিশ্বাস কৰাতো মোৰ কৰ্তব্য আৰু সেই বিশ্বাস ধৰি ৰখাটো তোমাৰ দায়িত্ব ।

ভালপোৱাই কিছুমান মানুহৰ জীৱনটোক আগুৱাই নিয়ে আৰু কিছুমানৰ জীৱন ধ্বংস কৰি দিয়ে ।


প্ৰিয়জনৰ ভাল গুণবোৰক বাদ দি যদি বেয়া, গুণবোৰক খুচৰি থকা হয় তেতিয়া এটা ভাল সম্পৰ্ক দুৰ্বল হৈ যায় ।


শাৰদী কোমল জোনাক মায়াৰে মন উতলা কৰে, জুৰিটিৰ পাৰত কঁহুৱা ফুলিলে, মন উতলা কৰে ।



অভিমানবোৰ ইজনে সিজনৰ ভাঙিব পৰা নামেই হল প্ৰকৃত ভালপোৱা ।

বহুতো কব নোৱাৰা কথাবোৰো প্ৰকাশ কৰা যায় প্ৰেম ভালপোৱা বোৰে আৰম্ভ হয় এটা Emoji পৰাই ।


কাৰোবাক ভালপোৱা মানে বিবাহ নহয়, ভালপোৱা মানে এজনে আনজনৰ প্ৰতি থকা মৰম আৰু বিশ্বাস ।


আঘাত দিলেহে কোন কেনেকুৱা চিনি পাব পাৰি, ঠিক একেদৰে বিপদত পাৰিলেহে বন্ধু চিনি পাব পাৰি ।

বন্ধুত্ব সম্বন্ধটো কোনো তেজৰ সম্পৰ্ক নহয় কিন্তু বুজাব নোৱাৰা এটা অনুভৱ ।



এজন ভাল বন্ধু প্ৰতিটো ক্ষণতে তোমাৰ কাষত থাকিব নোৱাৰিব পাৰে কিন্তু বিপদৰ সময়ত প্ৰথমে মাতষাৰ দিয়ে ।


এজন ভাল বন্ধু বিচাৰি পাবলৈ বহুত টান আঁতৰি অহা তাটোতকৈ কঠিন পাহৰিব খোজাটো অসম্ভৱ ।


বন্ধুত্ব এটা সম্পৰ্ক নহয়, ই শৰীৰৰ এটা এৰাব নোৱাৰা অংগ ।


প্ৰেমিক প্ৰেমিকা কেতিয়াও এজন সৎ বন্ধু সমান হব নোৱাৰে লগতে সেই স্থান পূৰ কৰিব নোৱাৰে ।


বন্ধুত্ব এনেকুৱা এটা সম্পৰ্ক যিয়ে নোকোৱাকৈয়ে হৃদয়ৰ সমস্ত কথা বুজি পাই ।



বন্ধুত্ব যি সুখবোৰ দুগুন কৰে আৰু দুখবোৰ এগুণ কৰে ।

বন্ধুত্ব হৃদয়ৰ নিভৃত কোণৰ নিভাঁজ অনুভূতি, যিবোৰ কোনোদিন কিনিব বা বিক্ৰী কৰিব পৰা নাযায় ।




Dosti এনেকুৱা হব লাগে যে, কলেজৰ গেটত ৰৈ থকা গাৰ্ড জনেও সোধে, "কি হল ? আজি পাৰ্টনাৰ নাই নেকি ?"


বন্ধু মানে এজন কৃপন, এজন গাধ, এজন লাজকুৰীয়া,এজন পণ্ডিত, এজন এলেহুৱা, এজন দেৱদাস আদিৰে মিলি এটা দল ।




অপ্ৰয়োজনতো যি তোমাৰ কাষত থাকে, তেঁওয়াই তোমাৰ প্ৰকৃত বন্ধু ।




কিছুমান ভাল বন্ধু, ফেচবুকতো পোৱা যায় ।


কেৱল ৰক্তৰ সম্পৰ্ক থাকিলেই মানুহ আপোন হৈ নাযায়,বিপদৰ সময়ত কাষত থকাজনেই প্ৰকৃত আপোন ।


সকলো ভালপোৱাই প্ৰেম নহয়, কিছুমান ভালপোৱা বন্ধুত্বও হয় ।



সুখৰ সময়ত মানুহৰ প্ৰয়োজন নাই, বিপদৰ সময়তহে মানুহৰ প্ৰয়োজন, যিয়েই বিপদৰ সময়ত থাকে তেওঁহে আচল বন্ধু ।



বন্ধু সেইজন নহয়, যিজনে প্ৰয়োজনত ব্যৱহাৰ কৰে, প্ৰকৃত বন্ধু সেইজনহে যিয়ে সমগ্ৰ পৃথিৱী তোমাৰ বিপক্ষে হলেও, তোমাৰ লগ দিয়ে ।



জীৱনত মাত্ৰ দুজন বন্ধু লাগে - এজন কৃষ্ণৰ দৰে, যিয়ে বন্ধুৰ জয় নিশ্চিত কৰে আৰু আনজন কৰ্ণৰ দৰে, যিয়ে বন্ধুৰ পৰাজয় নিশ্চিত জানিও বন্ধুক এৰি নিদিয়ে।



এবাৰ মাথোঁ মোৰ মনৰ কিতাপখন মেলি চোৱা, প্ৰথম পৃষ্ঠাৰ পৰা শেষলৈ কেৱল তুমি,তুমি আৰু তোমাৰ নামেই পাবা ।

প্ৰশ্ন যিটোৱেই হওঁক উত্তৰ তুমি ,ৰাস্তা যিটোৱেই হওঁক লক্ষ্য তুমি ,কষ্ট যিমানেই হওঁক সুখ তুমি, তোমাক যিমানেই খং নকৰোঁ কিয়, তথাপি মোৰ প্ৰিয় ভালপোৱা তুমি ।

মই অজ্ঞানী হব পাৰো, বুৰ্বুক হব পাৰো, অবুজ হব পাৰো, অখ্যাত হব পাৰো, ক'লা হব পাৰো, কিন্ত্ত মোৰ মা'ৰ বাবে, মইয়ে শ্রেষ্ঠ সন্তা



Single কেইটা দুখত আছে  Relationshipত থকা কেইটাই কাজিয়া কৰি আছে Dhoka খোৱা কেইটাই কান্দি আছে কিন্তু মিহি মিহিকে সকলোৰে চেনি খাই থকা কেইটা বিন্দাচ আছে ।


জীৱনৰ মূল্য সদায় মৃত্যুৰ পাছতহে বাঢ়ি যায় সেইদিনাই গম পালোঁ , যিদিনা মুৰ্গী বেপাৰিটোৱে কৈছিল গোটা মুৰ্গীৰ কেজি ১০০ টকা, আৰু কটা মুৰ্গীৰ কেজি ২০০ টকা ।

ছোৱালীবোৰক বয়স সুধিলে বেয়া পায় কিন্তু Birthday পাহৰিলে তোমাক মাৰি পেলাব ।

চাল্লা এটা কথা বুজি পোৱা নাই ইমান Prince আৰু Princess মোগলৰ সময়তো নাছিল যিমান এতিয়া Facebook ত দেখা পোৱা যায় ।


পুৰণি হিন্দী চিনেমাৰ নিচিনাকৈ যদি মোৰ Girlfriend ৰ বাপেকে Blank Cheque এখন দি ক'লে হয় ইয়াত Amount লিখি ল' আৰু মোৰ ছোৱালীৰ জীৱনৰ পৰা ওলাই যা ।


যি বন্ধুৱে কৈছিল জীৱনভৰ বন্ধুত্বৰ সম্পৰ্ক ৰক্ষা কৰিম আজি Traffic Policeৰ Checking ৰ সময়ত সিয়ে মোক অকলে এৰি থৈ গল ।

নিজৰ Girlfriend ৰ আগত তাইৰ বান্ধবীৰ গুণ গোৱা আৰু Petrol Pump ৰ কাষত চিগাৰেট খোৱা একেই কথা ।


আজিকালিৰ প্ৰেম Bluetooth ৰ নিচিনা ওচৰলৈ আহিলে Connected দূৰলৈ গলে Searching For a New Device


যিমানে Mountain Dew নোখোৱা কিয়,  ভয় লাল খালেহে দূৰ হয় |

Single বিলাকৰ অন্য কিবা থাকক বা নাথাকক, শান্তিৰে শুব পৰা ৮ ঘণ্টা সময় কিন্তু থাকে ।



আপুনি জানেনে প্ৰেম কৰাৰ বয়সত প্ৰেম নকৰাটো এটা অপৰাধ ।


SPEED ত মেছেজৰ REPLY কৰিব পৰাটো এটা কলা, যিটো অকল আমাৰ SINGLE বোৰৰ হে আছে ।


আমি SINGLE মানুহ, জান, সোণ, বাবু , জানু কবলৈ মবিলেটো এ একমাত্ৰ ।


পঢ়া শুনাৰ CERTIFICATE যিমানেই ভাল নকৰা কিয়, সময়ত কিন্তু CAST CERTIFICATE খনহে কামত আহে ।

এসময়ৰ কথা - গধূলি হোৱাৰ লগে লগে মইও কিতাপ পঢ়িছিলোঁ ।



I HAVE A গভীৰ প্ৰশ্ন - চুমা খাই নে দিয়ে ?


FACEBOOK আৰু WHATSAPP চলোৱাৰ নামত যদি চৰকাৰে পুৰস্কাৰ দিলে হয়, তেন্তে, প্ৰথম পুৰস্কাৰ মই পালো হয় ।

যাৰ GF নাই সি GF বিচাৰি ফুৰে আৰু যাৰ GF ASE সি শান্তি বিচাৰি ফুৰে ।

ফেচবুকত ছোৱালী পতাই বিয়া কৰাটো বিয়া নবোলে, ONLINE SHOPPING বোলে ।


ডাঙৰ মানুহ হবলৈ একো কৰিব নালাগে, Message Seen কৰি reply নকৰিলে হল ।



যদি তুমি সপোন দেখিব পাৰিছে তেন্তে সেই সপোন ফলিয়াবও পাৰিবা ।



উশাহবোৰ শেষ নোহোৱালৈকে নিজৰ সৈতে যুজঁ কৰায়ে হল ' জীৱন '।



আজি যিজনে তোমাক অৱহেলা কৰিছে, গুৰুত্ব দিয়া নাই , ধৈৰ্য ধৰা, এদিন তোমাকে তাৰ বহুত বেছি প্ৰয়োজন হব ।


সফল মানুহৰ মুখৰিত সদায় দুটা বস্তু দেখিবলৈ পোৱা যায়, এটা হৈছে "হাঁহি" আনটো "মৌনতা" ।


যি হৈ গল ভাল হল । যি হৈ আছে, ভাল হৈ আছে । আৰু যি হব , ভাল হব ।


তোমাৰ যাত্ৰা পথত যদি কোনোবাই তোমাক অকলশৰে এৰি থৈ আঁতৰি গৈছে, হতাশ নহবা । সিহঁত আঁতৰি যোৱাৰ মূলতে হল, এই যাত্ৰা পথ তুমি নিজেই অতিক্ৰম কৰাৰ যোগ্য ।

ধুমুহা অহাটো প্ৰয়োজনীয়, কাৰণ তেতিয়াহে গম পাই কোনে হাত খামুচি ধৰিব আৰু কোনে এৰি দিব ।


তোমাৰ জীৱনৰ আটাইটকৈ ভাল সিদ্ধান্ত তোমাৰ বাহিৰে আন কোনেও ল'ব নোৱাৰে ।



থমকি নৰবা, তুমি যিমান ভাবা, জীৱনটো তাতকৈ বহু বেছি গতিৰে আগুৱাই গৈ আছে।


জীৱনৰ সমস্যাবোৰ ডাঙৰ নহয়, আচলতে আমিহে সৰু, যেতিয়াই আমি নিজকে ডাঙৰ আৰু সমস্যাবোৰ সৰু বুলি ভাবিব পাৰিম, তেতিয়াৰ পৰা জীৱনটো সহজ হৈ পৰিব ।

সমস্যাৰ পৰা আঁতৰি পলাই ফুৰাটো সহজ কিন্তু , সমস্যাৰ সন্মুখীন হৈ , জীৱনৰ সৈতে যুদ্ধ কৰাটোহে কঠিন ।

Post a Comment

0 Comments